1
Common Noun জাতিবাচক বিশেষ্য
1. শৰীৰ আবৃত কৰিবলৈ আৰু নিজকে সুন্দৰকৈ উপস্থাপন কৰিবলৈ পিন্ধা কাপোৰ-কানি বা সাজ-পাৰ।
2. সুন্দৰকৈ কাটি চিলাই প্ৰস্তুত কৰা বস্ত্ৰ বা পোছাক যেনে কামিজ, চোলা, ব্লাউজ, পেণ্ট, মেখেলা-চাদৰ আদি
1. A general term for clothing or attire worn by individuals; specifically, a one-piece
2. A stitched piece of clothing or garment that can be worn, such as a shirt, blouse, trousers, or traditional costumes.
উদাহৰণ (Example Sentense):

"The traditional dress worn by the girl caught everyone's attention."

2
Verb ক্ৰিয়া
নিজক বা আন কাৰোবাক কাপোৰ পিন্ধোৱা কাৰ্য;
To put clothes on oneself or someone else.
উদাহৰণ (Example Sentense):

"Please dress properly before attending the meeting."

3
Verb ক্ৰিয়া
কোনো বস্তুক ধুনীয়াকৈ সজোৱা, কাটি-কুটি পৰিপাটি কৰা বা ৰন্ধনৰ বাবে প্ৰস্তুত কৰা (যেনে মাছ বা মাংস কাটি ধুই পৰিষ্কাৰ কৰা)।
To decorate, cut, neat, or prepare an object for cooking (such as cutting and washing fish or meat).

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।