1
Common Noun জাতিবাচক বিশেষ্য
সুন্দৰকৈ কাটি চিলাই প্ৰস্তুত কৰা বস্ত্ৰ বা পোছাক যেনে কামিজ, চোলা, ব্লাউজ, পেণ্ট, মেখেলা-চাদৰ আদি
A stitched piece of clothing or garment that can be worn, such as a shirt, blouse, trousers, or traditional costumes.
উদাহৰণ (Example Sentense):

"The man is wearing his traditional costume."

2
Verb ক্ৰিয়া
কোনো চৰিত্ৰ বা ঐতিহাসিক কালৰ সৈতে মিলাই অভিনেতা-অভিনেত্ৰীক বা কোনো ব্যক্তিক বিশেষ ধৰণৰ পোছাক পিন্ধোৱা বা সজাই তোলা কাৰ্য।
To design or provide specific clothes for an actor or performer to match a particular character or era.

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।