1
Common Noun
জাতিবাচক বিশেষ্য
পুৰণি কালত ৰজা-মহাৰজা, জমিদাৰ বা উচ্চ বংশস্থ ব্যক্তিৰ ঘৰুৱা কৰ্মচাৰী আৰু সংৰক্ষীসকলে পিন্ধা এক নিৰ্দিষ্ট আৰ্হিৰ বিশেষ পোছাক বা বৰ্ণিল পৰিচ্ছদ;
A distinctive uniform, badge, or device formerly worn by the retainers or servants of a person of rank, or now worn by officials (such as doormen, chauffeurs, or palace guards).
উদাহৰণ (Example Sentense):
"The royal guards at the palace gates were dressed in their traditional gold and blue livery"
2
Abstract Noun
ভাৱবাচক বিশেষ্য
আধুনিক বাণিজ্যিক খণ্ডত কোনো কোম্পানী বা বিঘাগে (যেনে বিমান সংস্থা বা ৰে’লৱে বিভাগ) নিজৰ পৰিচয় জিলিকাই তুলিবলৈ যান-বাহন আদিত ব্যৱহাৰ কৰা এক নিৰ্দিষ্ট আৰু অনন্য ৰং-সজ্জা বা আৰ্হি
A specific and unique color scheme or pattern used by a company (airline or railway department on vehicles, aircraft, etc.) to shine its identity in the modern commercial sector. Branding.
উদাহৰণ (Example Sentense):
"Air India recently unveiled a vibrant new livery for its modern fleet of aircraft."
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।