1
Common Noun
জাতিবাচক বিশেষ্য
A stitched piece of clothing or garment that can be worn, such as a shirt, blouse, trousers, or traditional costumes.
উদাহৰণ (Example Sentense):
"বিহু বা বিয়া-সবাহৰ দৰে অনুষ্ঠানত পৰম্পৰাগত 'সাজ' পিন্ধাটো এক অপৰিহাৰ্য নিয়ম।"
2
Abstract Noun
গুণবাচক বিশেষ্য
দুপৰীয়া, ৰাতি বা কোনো এক নিৰ্দিষ্ট সময়ত এবাৰত গ্ৰহণ কৰা বা খোৱা সম্পূৰ্ণ আহাৰ ।
The food eaten at a specific time during breakfast, lunch, or dinner; a single serving of a full meal.
উদাহৰণ (Example Sentense):
"দিনটো পৰিশ্ৰম কৰি বনুৱাজনে নিশাটোৰ সাজ শান্তিৰে গ্ৰহণ কৰিলে।"
3
Material Noun
বস্তুবাচক বিশেষ্য
কোনো তৰল বা কঠিন বস্তু সুৰক্ষিতভাৱে ভৰাই থবলৈ ব্যৱহাৰ কৰা কাঠেৰে বা মাটিৰে নিৰ্মিত বিশেষ পাত্ৰ বা সঁজুলি।
A container or vessel used to put, keep, or store things inside.
4
Noun
বিশেষ্য
1. বনা, তৈয়াৰ কৰ, নিৰ্মাণ কৰ ।
2. কোনো বস্তু (যেনে ঘৰ, সঁজুলি, আলমাৰী আদি) নতুনকৈ তৈয়াৰ কৰা, গাঁথনি দিয়া বা কাৰোবাক সেই সামগ্ৰীটো সাজিবলৈ অনুৰোধ/আদেশ কৰা কাৰ্য।
2. কোনো বস্তু (যেনে ঘৰ, সঁজুলি, আলমাৰী আদি) নতুনকৈ তৈয়াৰ কৰা, গাঁথনি দিয়া বা কাৰোবাক সেই সামগ্ৰীটো সাজিবলৈ অনুৰোধ/আদেশ কৰা কাৰ্য।
To construct, build, or create something structural (like a house, furniture, or tool).
উদাহৰণ (Example Sentense):
"দেউতাই কলে "পোনা, বাৰিষা অহাৰ আগতেই ঘৰটো সাজ" ।"
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।