How to write Assamese using Avro on PC- অভ্ৰ কীব’ৰ্ডৰ সহায়ত অসমীয়া কেনেকৈ লিখিব
How to write Assamese Using Avro Keyboard? অভ্ৰ কীব’ৰ্ড ছফ্টৱেৰ ব্যৱহাৰ কৰি ইন্টাৰনেট বা কম্পিউটাৰত অসমীয়া কেনেকৈ লিখিব ? মোৰ আগৰ লেখাটোত “অভ্ৰ কী ব’ৰ্ড” সম্পৰ্কে এটা চমু আভাস দি তাৰ ডাউনলোড লিংক্ টো দিয়া হৈছিল। এই লেখাটোত অভ্ৰ কী ব’ৰ্ড ব্যৱহাৰ কৰি কম্পিউটাৰত অসমীয়া কেনেকৈ লিখিব পাৰি তাৰ এটা আভাস দিয়াৰ চেষ্টা কৰা হৈছে। আগৰ লেখাটোতে লিখা হৈছে যে যদিও এই চফ্টৱেৰটো কম্পিউটাত প্ৰধানকৈ …