PRONUNCIATION (উচ্চাৰণ): /ʌnˈɛθ.ɪ.kəl/, আন-এথিকেল
1
Adjective বিশেষণ
সমাজ বা কোনো বিশেষ বৃত্তিত গ্ৰহণযোগ্য নীতিনিয়াম, সততা বা ব্যৱহাৰিক নিয়মৰ বিপৰীত (অনৈতিক বা নীতিহীন)।
1. Immoral, morally wrong, unfair, or dishonest.
2. Not conforming to high moral standards or professional principles; ​Contrary to established rules, social ethics, or codes of conduct.

Synonyms:

Opposite Word: Ethical
শব্দৰ ব্যাখ্য (Etymology):

Formed by adding the English negative prefix un- ("not") to ethical (derived from Classical Greek ēthikos, meaning "arising from habit or character," from ēthos, meaning "custom" or "character").

উদাহৰণ (Example Sentense):

"Taking bribe is an unethical work."

Share This Word:

Additional Data:

Pronunciation: /ʌnˈɛθ.ɪ.kəl/, আন-এথিকেল

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।