PRONUNCIATION (উচ্চাৰণ):
O-noi-tik
1
Adjective
বিশেষণ
1. নীতিবহিৰ্ভূত, অসৎ, নীতিহীন৷
2. নীতিনিয়ম, সততা বা সমাজ-স্বীকৃত উচিত-অনুচিতৰ ধাৰণাৰ বিপৰীত কাৰ্য বা আচৰণ (নীতিহীন/অসৎ)।
3. সমাজ, বৃত্তিমূলক নিয়ম বা ব্যক্তিসত্তা অনুসৰি গ্ৰহণযোগ্য নোহোৱা কাৰ্য।

সমাৰ্থক শব্দঃ
1. Unethical, immoral, morally wrong, unfair, or dishonest.
2. Not conforming to high moral standards or professional principles; Contrary to established rules, social ethics, or codes of conduct.

Opposite Word:
নৈতিক, নীতিগত
উদাহৰণ (Example Sentense):
"কাৰোবাক অন্যায় কৰাটো সম্পূৰ্ণ অনৈতিক কাম।"
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।