PRONUNCIATION (উচ্চাৰণ): /həˈraɪ.zən/ (হৰাই-জন)
1
Abstract Noun গুণবাচক বিশেষ্য
1. চকুৰে মনিব পৰালৈ আকাশ আৰু পৃথিৱী বা সাগৰ মিলি যোৱা যেন লগা কাল্পনিক ৰেখা।
2. চকুৰে দেখা পোৱা যি কাল্পনিক ৰেখাত পৃথিৱীৰ উপৰিভাগ (বা সাগৰ) আৰু আকাশখন পৰস্পৰ লগ লাগি থকা যেন বোধ হয় (দিগন্ত বা দিগবলয়)।
1. The line at which the earth's surface and the sky appear to meet.
2. The apparent line that separates the Earth from the sky, as seen by an observer.
উদাহৰণ (Example Sentense):

"The sun sank slowly below the horizon."

2
Noun বিশেষ্য
কোনো ব্যক্তিৰ অভিজ্ঞতা, চিন্তা-চৰ্চা, জ্ঞান বা সম্ভাৱনাৰ পৰিসৰ বা সীমা । জ্ঞান বা অভিজ্ঞতাৰ পৰিসৰ।
The limit of a person's experience, interest, or knowledge; future possibilities or prospects
উদাহৰণ (Example Sentense):

"Travelling to new countries helps to broaden your horizons."

Related Words

Share This Word:

Additional Data:

Pronunciation: /həˈraɪ.zən/ (হৰাই-জন)

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।