1
Adjective বিশেষণ
অনুভূমিক; দিগন্ত বা ভূ-পৃষ্টৰ সমান্তৰাল হৈ থকা অৱস্থা; উলম্ব বা থিয় ৰেখাৰ সৈতে ৯০ ডিগ্ৰী (90 degree) কোণ কৰি থকা ।

সমাৰ্থক শব্দঃ

Parallel to the plane of the horizon; at right angles to the vertical; flat or level.
উদাহৰণ (Example Sentense):

"On a standard graph paper, the x-axis represents the horizontal."

Parallel to the plane of the horizon; at right angles to the vertical; flat or level.

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।