1
Adjective বিশেষণ
সৰ্বগ্ৰাহী বা সামগ্ৰিক। যাৰ পৰিসৰ অত্যন্ত ব্যাপক আৰু বিস্তীৰ্ণ; যি নিজৰ ভিতৰত প্ৰয়োজনীয় সকলো উপাদান, বিষয় বা চিন্তাধাৰাক কোনো ত্ৰুটি নোহোৱাকৈ সম্পূৰ্ণৰূপে সামৰি লয় ।

সমাৰ্থক শব্দঃ

Broad in scope; including a wide and diverse range of elements, topics, or details so that nothing essential is left out.

Synonyms:

Opposite Word: Narrow, Limited, Exclusive, Partial
উদাহৰণ (Example Sentense):

"The encompassing fog over the hills created a mystical atmosphere in the tea estate."

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।