1
Verb-Trans. সকৰ্মক ক্ৰিয়া
1. সামৰি লোৱা, অন্তৰ্ভুক্ত কৰা, পৰিসৰৰ ভিতৰত সুমুৱাই লোৱা, ঘেৰি ধৰা বা আগুৰি ৰখা, গণ্ডী, পৰিসৰৰ ভিতৰত সুমুৱাই লোৱা ৷
2. কোনো বস্তুক চাৰিওফালৰ পৰা সম্পূৰ্ণৰূপে বেৰি ধৰা, আৱদ্ধ কৰা বা এক সুৰক্ষিত পৰিসীমাৰ (চৌহদ) ভিতৰত ৰখা।
1. Include in scope or boundary. Include as part of something broader; have as one's sphere or territory.
2. To form a circle around something; to enclose or surround entirely within a physical boundary.
উদাহৰণ (Example Sentense):

"The lush green tea gardens of Upper Assam are beautifully encompassed by blue hills."

2
Verb-Trans. সকৰ্মক ক্ৰিয়া
কোনো নিৰ্দিষ্ট গণ্ডী, পৰিসৰ, সূচী বা দীৰ্ঘ পৰিকল্পনাৰ ভিতৰত বহুতো উপাদান, বিষয় বা চিন্তাধাৰাক একেলগে সামৰি লোৱা বা অন্তৰ্ভুক্ত কৰা কাৰ্য।
To include a wide range of ideas, subjects, features, or elements within a particular scope or boundary; to hold within as part of a whole.
উদাহৰণ (Example Sentense):

"The new curriculum aims to encompass the modern computer applications."

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।