1
Verb-Trans. সকৰ্মক ধাতু
দেখা বা আৱিষ্কাৰ হোৱাত বাধা দে ৷
to prevent from being seen or discovered
2
Material Noun বস্তুবাচক বিশেষ্য
কোনো পাত্ৰ বা বাকছৰ মুখ বন্ধ কৰাৰ সজুলি
a cover of a vessel or box
3
Verb-Trans. সকৰ্মক ধাতু
কিবা বস্তুৰে কিহবাক আবৰি পেলা
to cover or surround sth with some material
4
Abstract Noun গুণবাচক বিশেষ্য
আনৰ দৃষ্টিৰ পৰা আঁতৰত ৰখা গুণ বা অৱস্থা|
The quality or condition of being covered from the view of others.
5
Material Noun বস্তুবাচক বিশেষ্য
লেপ, তুলী আদিৰ ওপৰত পুনৰ ঢাকি ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰা কাপোৰ৷
a piece of clothe to cover quilt, mattress, or cushion.
6
Material Noun বস্তুবাচক বিশেষ্য
কোনো বস্তু ঢাকিবলৈ ব্যৱহাৰ কৰা আন বস্তু।
Anything that veils, screens, or shuts from sight.
7
Material Noun বস্তুবাচক বিশেষ্য
ছপা কিতাপ ঢকা তুলাপাত বা ডাঠ কাগজৰ ঢাকনি
covering of a printed book
8
Material Noun বস্তুবাচক বিশেষ্য
কোনো ঠাইত আঁৰ দিয়াৰ বাবে সজা শুকান খেৰ বা ঘাঁহৰ বেৰ বা ঢাকোন
a screen or covering made of dry coarse grass

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।