1
Proper Adj.
প্ৰকৃত বিশেষণ
1. fragile
2. Having a structure that is easily damaged, broken, or torn; requiring careful handling due to its fineness or fragility.
2. Having a structure that is easily damaged, broken, or torn; requiring careful handling due to its fineness or fragility.
Synonyms:
Opposite Word:
টান, মজবুত, কঠিন, খহটা
উদাহৰণ (Example Sentense):
"The antique teacup is very delicate and needs special care to handle."
2
Proper Adj.
প্ৰকৃত বিশেষণ
ইন্দ্ৰিয়ৰ বাবে অত্যন্ত আৰামদায়ক, মৃদু আৰু সুখকৰ; যি তীব্ৰ বা কটু নহয় (যেনে— মৃদু সুবাস বা সুস্বাদু পাতল সোৱাদ)।
Mild and pleasant to the senses; having a subtle flavor, scent, or color that is sophisticated and not harsh or strong.
Opposite Word:
Strong, Harsh, Pungent, Intense
উদাহৰণ (Example Sentense):
"Spring-flush Assam orthodox tea is globally celebrated for its delicate flavor and bright golden liquor."
3
Proper Adj.
প্ৰকত বিশেষণ
যি কোনো জটিল বা স্পৰ্শকাতৰ পৰিস্থিতি, যাক অতি সাৱধানে আৰু বুদ্ধিৰে চম্ভালিব লগা হয়
Requiring great tact, diplomacy, or careful skill to manage
উদাহৰণ (Example Sentense):
"The diplomatic negotiations have reached a delicate stage where every word matters."
4
Proper Adj.
প্ৰকৃত বিশেষণ
(স্বাস্থ্যৰ ক্ষেত্ৰত) অলপতে নৰীয়া পৰিব পৰা দুৰ্বল অৱস্থা।
(of health) easily becoming ill.
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।