1
Proper Adj. প্ৰকৃত বিশেষণ
1. অসুৰক্ষিত, স্পৰ্শকাতৰ, সহজে আক্ৰান্ত হ’ব পৰা, বিপন্নমুখী (জীৱ-জন্তুৰ ক্ষেত্ৰত)।
2. যাক সহজে আক্ৰমণ বা আঘাত কৰিব পৰা যায়

সমাৰ্থক শব্দঃ

1. Threatened; unsafe; at risk of becoming endangered.
2. can be attacked or harmed easily
2
Proper Adj. প্ৰকৃত বিশেষণ
যিবোৰ বন্য জীৱ-জন্তু বা উদ্ভিদৰ প্ৰজাতি বৰ্তমান সময়ত চোৰাং চিকাৰ, বাসস্থান ধ্বংস বা জলবায়ু পৰিৱৰ্তনৰ বাবে বিলুপ্তিৰ পথত অগ্ৰসৰ হৈছে আৰু যাক সঠিক সুৰক্ষা নিদিলে অতি সোনকালে "বিপন্ন" (Endangered) হৈ পৰিব।

সমাৰ্থক শব্দঃ

Likely to become endangered unless the circumstances that are threatening its survival and reproduction improve. It is a category defined by the IUCN.
Opposite Word: সুৰক্ষিত
উদাহৰণ (Example Sentense):

"The greater one-horned rhinoceros of Assam is currently classified as a vulnerable species"

3
শাৰীৰিক, মানসিক বা সামাজিকভাৱে দুৰ্বল বা অসুৰক্ষিত অৱস্থা, যাৰ বাবে কোনো ব্যক্তি বা সমাজ সহজতে আনৰ দ্বাৰা প্ৰতাৰিত, আক্ৰান্ত বা আঘাতপ্ৰাপ্ত হ’ব পাৰে।
Weak and easily hurt physically, emotionally, or financially; open to criticism or attack.

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।