স্পৰ্শকাতৰ
Submitted by:
Koustubh
1
Proper Adj.
প্ৰকৃত বিশেষণ
1. Highly sensitive or easily affected by touch, external changes, or emotional inputs.
2. Delicate or vulnerable in nature.
2. Delicate or vulnerable in nature.
Synonyms:
Opposite Word:
Resilient, Tough
শব্দৰ ব্যাখ্য (Etymology):
স্পৰ্শ + কাতৰ (যি অলপ স্পৰ্শ বা আঘাততে ব্যাকুল বা প্ৰভাৱিত হয়)
উদাহৰণ (Example Sentense):
"কেঁচুৱাৰ ছালখন অতি স্পৰ্শকাতৰ হোৱাৰ বাবে সদায় কোমল কাপোৰ ব্যৱহাৰ কৰিব লাগে।"
2
Proper Adj.
প্ৰকৃত বিশেষণ
ক্ষতি বা সংঘাতৰ পৰা হাত সাৰিবলৈ অত্যন্ত সাৱধান আৰু কৌশলীভাৱে চম্ভালাৰ প্ৰয়োজন হোৱা ব্যক্তি, বিষয় বা পৰিস্থিতি।
A person, topic, or situation that requires extremely careful and tactful handling to avoid damage or conflict.
উদাহৰণ (Example Sentense):
"সংবাদ মাধ্যমসমূহে সমাজৰ স্পৰ্শকাতৰ বিষয়বোৰ অতি সাৱধানে আৰু দায়িত্বসহকাৰে প্ৰকাশ কৰা উচিত।"
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।