Anoplodesmus anthracinus
Submitted by:
Koustubh
PRONUNCIATION (উচ্চাৰণ):
/æ.nə.pləˈdɛz.məs æn.θrəˈsaɪ.nəs/ এন’প্ল’ডেজমাছ এনথ্ৰাছিনাছ
1
Common Noun
জাতিবাচক বিশেষ্য
'পেৰাডক্স'ছমেটিডি' (Paradoxosomatidae) পৰিয়ালৰ অন্তৰ্গত চেপেটা বাকলিযুক্ত কেৰেলুৱাৰ এটা প্ৰজাতি। ইয়াৰ শৰীৰটো ক’লা বা গাঢ় বাদামীৰ বৰণৰ আৰু পিঠিৰ কাষৰ অংশবোৰত সাধাৰণতে হালধীয়া বা ৰঙচুৱা ফুট থাকে। ই ঘাইকৈ সেমেকা মাটি, পচা পাত আৰু গছৰ বাকলিৰ তলত বসবাস কৰে।
এই জীৱবিধ মানুহৰ বাবে অপকাৰী নহয়, কাৰণ ইহঁতে নাকামোৰে বা নিবিন্ধে । ইহঁতে মাটিৰ পচা জৈৱিক পদাৰ্থ, সৰা পাত আৰু গছ-গছনিৰ শুকান বা মৰা অংশ খাই জীৱাই থাকে।
এই জীৱবিধ মানুহৰ বাবে অপকাৰী নহয়, কাৰণ ইহঁতে নাকামোৰে বা নিবিন্ধে । ইহঁতে মাটিৰ পচা জৈৱিক পদাৰ্থ, সৰা পাত আৰু গছ-গছনিৰ শুকান বা মৰা অংশ খাই জীৱাই থাকে।
সমাৰ্থক শব্দঃ
A species of flat-backed millipede belonging to the family Paradoxosomatidae. It features a shiny dark brown to coal-black body, often adorned with contrasting yellowish or reddish lateral keels. Native to regions like India and Myanmar, it typically thrives in damp leaf litter and organic soil matter.
This creature is harmless to humans as it does not bite or sting. They are beneficial decomposers that feed on decomposing organic matter, leaf litter, and dead plant material in the soil.
This creature is harmless to humans as it does not bite or sting. They are beneficial decomposers that feed on decomposing organic matter, leaf litter, and dead plant material in the soil.
Synonyms:
Scientific Name:
Anoplodesmus anthracinus (Species), Family: Paradoxosomatidae
উদাহৰণ (Example Sentense):
"Anoplodesmus anthracinus plays a critical role in nutrient recycling by decomposing forest leaf litter."
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।