1
Common Noun জাতিবাচক বিশেষ্য
1. কেৰেলুৱা; ঘূৰণীয়া বা চেপেটা শৰীৰ আৰু বহুতো ভৰি থকা ৰঙচুৱা বা ক'লা বৰণৰ অমেৰুদণ্ডী জীৱ।
2. ‘ডিফ্ল’প’ডা’ (Diplopoda) শ্ৰেণীৰ অন্তৰ্গত বহুতো চুটি চুটি ভৰি আৰু টান বাকলি থকা এবিধ অমেৰুদণ্ডী সন্ধিপদী জীৱ। ইহঁতৰ গাৰ প্ৰতিটো খণ্ডত দুযোৰকৈ ভৰি থাকে। কিবা আশংকা হ'লে বা স্পৰ্শ কৰিলে ইহঁতে শৰীৰটো ঘূৰণীয়া (কুণ্ডলীকৃত) ৰূপ দি নিজকে ৰক্ষা কৰে।

সমাৰ্থক শব্দঃ

1. A multi-legged arthropod known for coiling its body into a spiral when touched.
2. A terrestrial arthropod belonging to the class Diplopoda, characterized by having two pairs of jointed legs on most body segments, a hard exoskeleton, and a cylindrical or flattened body. When threatened, it coils into a tight spiral to protect its softer underside and may secrete an unpleasant fluid as a defense mechanism.
Scientific Name: Diplopoda
উদাহৰণ (Example Sentense):

"Millipede is a multi-legged arthropod known for coiling its body into a spiral when touched"

image of an Millipede.

Share This Word:

Additional Data:

🔬 Scientific Name: Diplopoda

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।