1
Verb-Intran. অকৰ্মক ধাতু
ফুলৰ সকলো পাহি খোল খাই পূ্ৰ্ণাঙ্গ অৱস্থা পা

সমাৰ্থক শব্দঃ

to produce or yield flowers

Synonyms:

2
Abstract Noun গুণবাচক বিশেষ্য
শিপিনীয়ে কাপোৰত বচা(তোলা) ফুল অথবা তেনে কোনো আৰ্হি৷

সমাৰ্থক শব্দঃ

design in a cloth with flower or similar object.
3
Material Noun বস্তুবাচক বিশেষ্য
পুষ্পধাৰী গছৰ প্ৰজনন অঙ্গ, বিশেষকৈ দেখনিয়াৰ বা ৰঙীন অংশ
reproductive organ of angiosperm plants especially one having showy or colorful parts
4
Proper Noun সংজ্ঞাবাচক বিশেষ্য
গৰ্ভধাৰণৰ কালছোৱাত গৰ্ভাশয়ক আৱৰি থকা আচ্ছাদন; ই সন্তানটিক পুষ্টি আৰু অক্সিজেন যোগান ধৰে |‌
The vascular structure in the uterus of most mammals providing oxygen and nutrients for and transferring wastes from the developing foetus.
5
Material Noun বস্তুবাচক বিশেষ্য
কোনো কোনো পানীত থকা জীৱৰ(মাছ আদিৰ)গালৰ তলত থকা ছিৰিলি ছিৰিলি চুলিৰ দৰে থকা নিশ্বাস যন্ত্ৰ ৷
It is a respiratory organ of aquatic animal (especially fish) by which it extract oxygen from water and the excrete of carbon dioxide.

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।