1
Verb-Trans. সকৰ্মক ধাতু
ঢাকনি আঁতৰাই দে বা ভিতৰলৈ সোমাবলৈ দুৱাৰৰ পাত আঁতৰা

সমাৰ্থক শব্দঃ

To open or make accessible by removing a cover or separating doors; to unlock.

Synonyms:

2
Verb-Trans. সকৰ্মক ধাতু
বহলকৈ বা দীঘলকৈ প্ৰসাৰিত কৰি দে

সমাৰ্থক শব্দঃ

to draw out or extend to the full length or extent
3
Verb-Trans. সকৰ্মক ধাতু
এক বহল এলেকাত কোনো চেপেটা বস্তু বিস্তৃত কৰি দিয়া
to distribute something flat (like mat, sheet of paper etc) over a wider area
4
Verb-Intran. অকৰ্মক ধাতু
ফুলৰ সকলো পাহি খোল খাই পূ্ৰ্ণাঙ্গ অৱস্থা পা
to produce or yield flowers

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।