1
Noun বিশেষ্য
প্ৰেমিকা, গাভৰু বা অতি মৰমৰ কোনো ছোৱালীক অতি মৰমেৰে মাতিবলৈ ব্যৱহাৰ কৰা এক সম্বোধন শব্দ। 'চেনি' হ'ল সোৱাদত মিঠা এবিধ খোৱা-বস্তু আৰু 'মাই' মানে হ'ল সৰু ছোৱালীক মৰমেৰে মতা নাম ।
A deeply affectionate Assamese term of endearment used to address a young woman, a girlfriend, or a beloved girl. In Assamese, 'Cheni" means "Sugar' which is a food sweetener, and 'Mai' means an affectionate name for a little girl.
উদাহৰণ (Example Sentense):

"পৰম্পৰাগত বিহু নামবোৰত প্ৰেমিকে নিজৰ প্ৰেমিকাক প্ৰায়ে চেনিমাই বুলি সম্বোধন কৰে।"

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।