Endearment
Submitted by:
Koustubh
1
Noun
বিশেষ্য
1. কাৰোবাৰ প্ৰতি থকা গভীৰ মৰম-চেনেহ প্ৰকাশ কৰা কাৰ্য ।
2. কাৰোবাৰ প্ৰতি থকা গভীৰ মৰম, চেনেহ বা আপোনত্ব প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা অতি মৰমৰ মাত বা সম্বোধন । পৰিয়ালৰ লোক, প্ৰিয়জন বা সৰু ল'ৰা-ছোৱালীক অতি আদৰৰে মাতিবলৈ ব্যৱহাৰ কৰা শব্দসমূহ ইয়াৰ অন্তৰ্ভুক্ত।

1. The act of showing affection.
2. A word, phrase, or act expressing affection, love, or deep attachment. In cultural contexts, these are specialized vocabulary used to address family members, lovers, or children to establish a close emotional bond.

উদাহৰণ (Example Sentense):
"She melted whenever he whispered a quiet endearment into her ear."
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।