মায়াবিনী ৰাতিৰ বুকুত (Mayabini Ratir Bukut) Lyrics:
- কণ্ঠ (Voice): জুবিন গাৰ্গ
- কথাছবি (Movie): দাগ ((২০০১)
- সংগীত (Music): জুবিন গাৰ্গ
- কথা (Lyrics) : জুবিন গাৰ্গ
Lyrics:
মায়াৱিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি হিয়াৰ কোণত,
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা
ধুমুহাৰ সতে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত ।
Music…
প্ৰতি শৰতৰ প্ৰভাতী ফুলে
ক’ব তোমাকেই মোৰ কথা
প্ৰতি মেঘালী নিশা জোনে
ক’ব তোমাকেই মোৰ বেথা।
ধুমুহাৰ সতে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত ।
Music…
দুচকুতে তোমাৰ চালে,
সপোন আতৰি দিঠক নামে।
চুব খুজিলেই মোৰ দুহাতে,
দিঠক আঁতৰি সপোন আহে ।
ধুমুহাৰ সতে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত ।
মায়াৱিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি হিয়াৰ কোণত
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা ।।
Music…
Mayabini Ratir Bukut Lyrics in English:
Mayabini ratir bukut
Dekha palu tumar sobi
Dhora dila gupone aahi
Hiyar kunot
Tumi je mor hukan monot
Niyorore sesa tupal
Nami oha rodore noi
Mor dehot proti puwa…
Dhumuhar xote mur
Bahu jugore nasun
Endharu hosa mur
Bahu dinore apun
Nijanor gaan mor
Hekh hobo bhabu tumar bukut
Music…
Proti horotor probhati fule
Kobo tumakei mur kotha
Proti meghali nikha june
Kobo tumakei mur betha
Dhumuhar hote mur
Bohu jugore nasun
Endharu hosa mur
Bahu dinore apun
Nijanor gaan mur
Hekh hobo bhabu
tumar bukut
Music…
Dusokule tumar sale
Hopun aatori dithak name
Subo khujilei mur duhate
Dithakaatori hopun aahe.
Dhumuhar hote mur
Bahu jugore nasun
Endharu hosa mur
Bahu dinore apun
Nijanor gaan mur
Hekh hobo bhabu
tumar bukut
Mayabini ratir bukut
Dekha palu tumar sobi
Dhora dila gupone ahi
Hiyar kunot
Tumi je mur hukan monot
Niyorore sesa tupal
Nami oha rodore noi
Mur dehot proti puwa…
Music…