1
Abstract Noun
গুণবাচক বিশেষ্য
আৰ্থিক বা বস্তুগত গুৰুত্ব।
monetary or material worth.
2
Abstract Noun
গুণবাচক বিশেষ্য
অসামান্য বা প্ৰণিধানযোগ্য হোৱা গুণ
the quality of being important and worthy of note
3
Abstract Noun
গুণবাচক বিশেষ্য
অঙ্ক, চিহ্ন আদিৰে বুজোৱা এটা সংখ্যা
A number represented by a figure, symbol, or the like
4
Abstract Noun
গুণবাচক বিশেষ্য
এখন সমাজৰ আদৰ্শ, ৰীতি-নীতি, অনুষ্ঠান আদি, যাৰ প্ৰতি সমাজৰ প্ৰতিজন ব্যক্তিৰ শ্ৰদ্ধা থাকে
(Sociology) The ideals, customs, institutions, etc., of a society toward which the people of the group have an affective regard
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।