1
Abstract Noun গুণবাচক বিশেষ্য
আকাৰ, আকৃতি, সাজোন আৰু বিভিন্ন অংশৰ অনুপাতেৰে কোনো বস্তুক প্ৰদান কৰা নিৰ্দ্দিষ্ট ভৌতিক গঠন৷
the characteristic physical structure given to a material, an object, etc., by the size, shape, arrangement, and proportions of its parts.
2
Abstract Noun গুণবাচক বিশেষ্য
কাপোৰ বা তেনে বস্তুত সূতা অথবা কাঠী পাতল বা ঘনকৈ বোৱা অৱস্থা বা গুণ৷
the characteristic structure of the interwoven or intertwined threads, strands, or the like, that make up a textile fabric.

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।