1
Material Noun বস্তুবাচক বিশেষ্য
বাঁহ বা কাঠৰ শকত, দীঘল, গোল মাৰি|
A relatively long and slender piece of wood or bamboo.
2
Verb-Trans. সকৰ্মক ধাতু
কোনো পৃষ্ঠত টানকৈ লাগি ধৰ্
to get attached firmly to the surface
3
Material Noun বস্তুবাচক বিশেষ্য
কাঠ, বাঁহ আদি দীঘলকৈ ফালি কৰা দীঘল, লাহী, চেপেটা বা গোটা ছিৰি বা শলা।
a thin, long, flat or rounded strip made by splitting wood or bamboo longitudinally.
4
Verb-Trans. সকৰ্মক ধাতু
কোনো কঠিন মাধ্যমত জোং থকা বস্তু এটা বলেৰে সুমাই দে (যাতে সি লাগি ধৰে)
to push something onto something with a sharp point so that it is held there

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।