1
Material Noun
বস্তুবাচক বিশেষ্য
ভৱিষ্যতে নিৰ্ণীত হ’ব লগীয়া এক অনিশ্চিত ফলাফলৰ সম্ভাৱনীয়তাৰ সমৰ্থনত জেদ ধৰা বিষয়।
the subject or terms of a bet; a pledge of a forfeit risked on some uncertain outcome.
2
Material Noun
বস্তুবাচক বিশেষ্য
মাটিত গুজি থোৱা যিকোনো বস্তু- গছৰ ঠানি বা পুলি বা মাৰি তেনেকুৱা বস্তু৷ `গোজেই গজালি হ`ল`৷
a stick or post pointed dig into the ground for a mark, support for a plant, etc.
3
Material Noun
বস্তুবাচক বিশেষ্য
বেৰৰ পথালি কামীবিলাকক হেঁচা মাৰি ধৰিবৰ কাৰণে সেইবিলাকৰ ওপৰত বন্ধা থিয় কামী
a perpendicular support to a fence
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।