1
Abstract Noun
গুণবাচক বিশেষ্য
কৰিব লগীয়া কামৰ তালিকা বা পৰিকল্পনা
A written or planned list, outline, or schedule of things that need to be done or acted upon.
2
Abstract Noun
গুণবাচক বিশেষ্য
কৰিবলগীয়া এলানি কাম বা পূৰণ কৰিবলগীয়া লক্ষ্য; কৰিবলগীয়া কাম আৰু উদ্দেশ্য সম্পৰ্কে কৰা চিন্তাৰ যিকোনো প্ৰক্ৰিয়া
a series of steps to be carried out or goals to be accomplished; it refers to any method of thinking out acts and purposes beforehand
3
Abstract Noun
গুণবাচক বিশেষ্য
চৰকাৰী বা সামাজিক কাৰ্যসূচি৷
An official ceremony or a formal social occasion.
4
Abstract Noun
গুণবাচক বিশেষ্য
কোনো সমস্যা অথবা সম্পাদ্য সমাধান কৰিবলৈ সাংগাণনিক যন্ত্ৰত ক্ৰমানুসাৰে দিয়া নিৰ্দেশাৱলী।
the precise sequence of instructions enabling a computer to solve a problem
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।