1
Material Noun
বস্তুবাচক বিশেষ্য
An Adjustable loop of rope placed around the neck for hanging
2
Material Noun
বস্তুবাচক বিশেষ্য
টান মাৰিলে চাপ খাই যোৱা গাঁঠি|
A loop formed in a cord or rope slips and binds tighter as the cord or rope is pulled.
3
Material Noun
বস্তুবাচক বিশেষ্য
কোনো গধুৰ বস্ত্ত ধৰিব বা দাঙিবৰ কাৰণে দুই মূৰ ঘূৰাই আঙঠিৰ নিচিনাকৈ বান্ধি লোৱা বেত বা জৰী।
a loop with a running knot of rope or cane made for holding or pulling heavy goods.
4
Material Noun
বস্তুবাচক বিশেষ্য
নাও বন্ধা কনাৰি
a noose for fastening a boat
5
Material Noun
বস্তুবাচক বিশেষ্য
গছত উঠাৰ সুবিধাৰ কাৰণে দুভৰিত মেৰাই লোৱা কনাৰি বা নগৰা
a noose or loop of cord used on the feet for the convenience of climbing a tree
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।