1
Material Noun বস্তুবাচক বিশেষ্য
যিকোনো বস্তু বৰ্তি থকা বা কাৰ্য্য কৰা চাৰিওফালৰ পৰিৱেশ
The environment or setting in which something exists, functions, or thrives; context.
2
Proper Adj. প্ৰকৃত বিশেষণ
যি স্থান বা পয্যায় আদি মাজত থাকে৷
Something, such as an intermediate course of action, that occupies a position or represents a condition midway between extremes.
3
Proper Adj. প্ৰকৃত বিশেষণ
দুই পৰিমাণ বা মাত্ৰাৰ মাজত হোৱা বা অৱস্থান কৰা।
Occurring or being between two degrees, amounts, or quantities.
4
Abstract Noun গুণবাচক বিশেষ্য
সমাজত বাৰ্তা, তথ্য বা আমোদ-প্ৰমোদ বিলাবলৈ ব্যৱহাৰ কৰা এক উপায় বা প্ৰণালী, যেনে: বাতৰিকাকত, ৰেডিঅ` বা টেলিভিছন।
one of the means or channels of general communication, information, or entertainment in society, as newspapers, radio, or television.

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।