1
Verb-Trans. সকৰ্মক ধাতু
হাতৰ তলুৱাৰে পিঠিত আঘাত কৰ্

সমাৰ্থক শব্দঃ

To hit on the back by bare hand

Synonyms:

2
Verb-Trans. সকৰ্মক ধাতু
কাৰোবাক আঘাত কৰাৰ উদ্দেশ্যে হঠাতে বল প্ৰয়োগ কৰা।
To apply sudden force with a intention of causing harm.
3
Verbal Adj. কৃদন্ত বিশেষণ
(কোনো ৰোগ বা প্ৰাকৃতিক দুৰ্য্যোগ অথবা মানুহৰ কুকৰ্মৰ) আক্ৰমণৰ দ্বাৰা প্ৰভাৱিত
Attacked or infected by (a disease or a natural calamity or human misdeeds)
4
Verb-Trans. সকৰ্মক ধাতু
হাতৰ তলুৱাৰ কাষ বা অস্ত্ৰৰ ধাৰ নথকা ফালেৰে আঘাট কৰ্
to strike with the back of a cutting weapon or edge of a flat object like the palm.
5
Verbal Noun কৃদন্ত বিশেষ্য
লাঠিৰে কৰা আঘাত
the act or instance of striking (with a stick etc.)

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।