1
Proper Adj.
প্ৰকৃত বিশেষণ
নিষ্ঠুৰ, নিৰ্দয়, দয়া বা মৰম নথকা, কষ্ট দিয়া ধৰণৰ।
আনক কষ্ট বা যন্ত্ৰণা দিয়া বা আনৰ দুখত সমবেদনা প্ৰকাশ নকৰা চৰিত্ৰ বা আচৰণ।
আনক কষ্ট বা যন্ত্ৰণা দিয়া বা আনৰ দুখত সমবেদনা প্ৰকাশ নকৰা চৰিত্ৰ বা আচৰণ।
সমাৰ্থক শব্দঃ
rude
scoundrel
নিষ্ঠুৰ
কঠুৱা
পাশবিক
নৃশংস
কৰ্কশ
নিৰ্মম
জঘন্য
বৰ্বৰ
ৰূঢ়
অমানুষিক
আসুৰিক
হিংস্ৰ
কাঠচিতীয়া
নিমৰমীয়াল
অবিনয়ী
দুৰ্বিনীত
উভঙা
নিৰ্দয়
সহানুভূতিহীন
সৌজন্যহীন
হৃদয়হীন
নিদাৰুণ
দয়াহীন
পৰুষ
উখৰা
অমানুষ
নিষ্ঠুৰতাপূৰ্ণ
নিকৰুণ
নিৰ্ঘাত
নিদয়া
ক্ৰূৰতাপূৰ্ণ
হুঁটা
অদয়
কাঠচিত
অকৰুণ
মমতাহীন
পাষাণ-হৃদয়
ৰুক্ষ
অমানুহ
দাদৰা
ডোঠৰ
ক্ৰুৰ
দুৰ্ব্বৱত্ত
দুৰ্বৱৰ্ত্ত
অন্তৰশূন্য
আসুৰী
কাঠৰ কঠুৱা
উগ্ৰকৰ্মা
জৰঠ
দশেৰ
Deliberately causing pain or distress to people or animals, or enjoying their suffering; devoid of pity or mercy.
Opposite Word:
Kind, merciful, compassionate, gentle, humane, tender, sympathetic.
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।