1
Material Noun বস্তুবাচক বিশেষ্য
ডাঠ ঊণ, কাপোৰ, মিহিকৈ কটা বাঁহ, সূতা বা খেৰ আদিৰে তৈয়াৰী, মাটিত পাৰি বহিবলৈ, শুবলৈ ব্যৱহাৰ কৰা এখন বস্তু৷
a piece of fabric made of plaited or woven rushes, straw, hemp, or similar fiber, or of some other pliant material, as rubber, used as a protective covering on a floor or other surface, to wipe the shoes on, etc.
2
Material Noun বস্তুবাচক বিশেষ্য
মাটিত ভৰি নলগাকৈ খোজ কাঢ়ি যাবলৈ পাৰি দিয়া কাপোৰ
a cloth or carpet spread on the ground to walk on

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।