1
Abstract Noun
গুণবাচক বিশেষ্য
ভৱিষ্যতৰ বাবে সংৰক্ষিত বা নিৰ্দ্দিষ্ট উদ্দেশ্যৰে সংগৃহীত আৰ্থিক সম্পদ।
a monetary resource, preserved for future use or accumulated for a specific purpose.
2
Material Noun
বস্তুবাচক বিশেষ্য
কোনো দেশ, প্ৰদেশ বা জিলাৰ মূল নগৰ/চহৰ য’ৰ পৰা শাসন কাৰ্য চলোৱা হয়৷
the administrative city of a state/country.
3
Material Noun
বস্তুবাচক বিশেষ্য
যিকোনো ধৰণৰ সম্পত্তি যাক খটুৱাই অধিক সম্পত্তি আহৰণ কৰিব পাৰি; ব্যৱসায়-বাণিজ্যত খটোৱা ধন-সম্পত্তি
any form of wealth employed or capable of being employed in the production of more wealth; money or wealth employed in business
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।