1
Noun বিশেষ্য
‘এভিস’ (Aves) শ্ৰেণীৰ অন্তৰ্গত এবিধ ডেউকা আৰু পাখি থকা, কণী পৰা, উষ্ণৰক্তী, দুঠেঙীয়া মেৰুদণ্ডী প্ৰাণী। বেছিভাগ চৰাই উৰিব পাৰে, যদিও উৰিব নোৱাৰা কিছুমান চৰাইও (যেনে— উটপখী, পেংগুইন) এই শ্ৰেণীৰে অন্তৰ্গত।
A warm-blooded, egg-laying vertebrate animal belonging to the class Aves, characterized by feathers, toothless beaked jaws, a high metabolic rate, and forelimbs modified as wings (most of which enable flight)

Synonyms:

Image of a bird with definition

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।