1
Material Noun বস্তুবাচক বিশেষ্য
(শততন্ত্ৰী বীণা) হ’ল এশডাল তাঁৰযুক্ত এক প্ৰাচীন ভাৰতীয় বাদ্যযন্ত্ৰ । সংস্কৃত ভাষাত 'শত' মানে এশ আৰু 'তন্ত্ৰী' মানে তাঁৰ । ইয়াক বৰ্তমান সময়ত সাধাৰণতে সন্তোৰ (Santoor) বুলি কোৱা হয়

সমাৰ্থক শব্দঃ

An ancient Indian stringed instrument, literally meaning "a lute with a hundred strings." In Sanskrit, Shata means 100 and Tantri means string. Shat-tantri Veena is the precursor to the modern Santoor.
শব্দৰ ব্যাখ্য (Etymology):

সংস্কৃত

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।