1
Adjective বিশেষণ
ব্যাখ্যা কৰিব নোৱাৰা, কাৰণ নথকা, অচিন্তনীয়। অৰ্থাৎ যাৰ যুক্তি সংগত কাৰণ দেখুৱাব বা অৰ্থ বাখ্যা কৰিব নোৱাৰি; যি ঘটনা বা আচৰণৰ আঁৰৰ কাৰণ বুজাটো কঠিন বা অসম্ভব (অবোধ্য/ৰহস্যজনক)।
Unaccountable, unfathomable, incomprehensible. Unable to be explained, accounted for, or understood; baffling or defying logical reasoning.
Opposite Word: Explicable, understandable, fathomable, explainable, logical.
উদাহৰণ (Example Sentense):

"1: The sudden disappearance of the boat remains an inexplicable mystery.
2: He left the room for an inexplicable reason."

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।