1
Verb
ক্ৰিয়া
এচিড বা এছিড জাতীয় ৰাসায়নিক দ্ৰব্য বা চোকা সঁজুলি ব্যৱহাৰ কৰি কাঁচ, ধাতু বা ফলকৰ ওপৰত কিবা আখৰ, নক্সা বা ছবি খোদাই কৰা (খোদিত কৰা)।
To engrave or produce a design on a hard surface (such as metal, glass, or silicon) by using acid, corrosive chemicals, or a laser.
উদাহৰণ (Example Sentense):
"The artist etched a detailed portrait onto the copper plate."
2
Verb
ক্ৰিয়া
মনত, স্মৃতিপটত বা মুখমণ্ডলত চাপ বা ছবি স্পষ্ট হৈ চিৰদিনলৈ ৰৈ যোৱা।
মনত, স্মৃতিপটত কোনো কথা বা ছবি গভীৰভাৱে চাপ বহি চিৰস্থায়ী হৈ ৰোৱা।
মনত, স্মৃতিপটত কোনো কথা বা ছবি গভীৰভাৱে চাপ বহি চিৰস্থায়ী হৈ ৰোৱা।
To imprint or fix deeply and permanently in the memory, mind, or expression.
উদাহৰণ (Example Sentense):
"The day is etched in his memory"
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।