1
Abstract Noun গুণবাচক বিশেষ্য
কোনো বিশেষ কাৰিকৰী বিদ্যা, হস্তশিল্প, মেকানিকেল কাম বা ঔদ্যোগিক বাণিজ্য শিকিবলৈ কোনো অভিজ্ঞ কাৰিকৰ বা প্ৰতিষ্ঠানৰ তত্ত্বাৱধানত দীৰ্ঘদিন ধৰি দৰমহা বা জলপানীসহ কাম কৰি কৰা ব্যৱহাৰিক প্ৰশিক্ষণ ব্যৱস্থা।
A formal, long-term program that combines paid, structured on-the-job training with classroom instruction, allowing an individual to learn a specific skilled trade, craft, or technical profession directly from an expert.
উদাহৰণ (Example Sentense):

"You can join for a one-year apprenticeship at our company after completing his ITI course,"

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।