1
Material Noun
বস্তুবাচক বিশেষ্য
(ক) বিভিন্ন গ্ৰহ আৰু ৰাশিৰ অৱস্থান নিৰ্দ্দেশ কৰি অঁকা সৰগৰ ছবি, যাৰ সহায়ত ভৱিষ্যতৰ আগজাননী দিব পাৰি ৷(খ) তেনে ছবিৰ সহায়ত কৰা সম্ভাৱ্য ভৱিষ্যতৰ পূৰ্বানুমান ৷
[a] a diagram of the heavens, showing the relative position of planets and the signs of the zodiac, for use in calculating births, foretelling events. [b] a prediction of future based on such diagrams
2
Abstract Noun
গুণবাচক বিশেষ্য
মনত পেলাই দিয়া কোনো ব্যক্তি বা বস্তু৷
a person or thing that serves to remind.
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।