1
Abstract Noun
গুণবাচক বিশেষ্য
আমাৰ নিদ্ৰা অৱস্থাত অৱচেতন মনলৈ অহা কিছুমান প্ৰতিচ্ছবি, শব্দ বা অনুভৱ৷ সাধাৰণতে সপোন একোটা ৫ মিনিটৰ পৰা ৪৫ মিনিটলৈকে আমাৰ মনত থাকিব পাৰে৷ সততে আমাৰ মনৰ মাজৰ অপূৰ্ণ আকাঙ্খা আৰু কল্পনাবোৰেই সপোনৰ ৰূপত আমাৰ মনত ভাহি উঠে৷ কোনো জৈবিক পৰিঘটনাৰ ফলত সপোনৰ সৃষ্টি হোৱাৰ ৰহস্য উদঘাটন কৰিব নোৱাৰি যদিও কোনো ঐতিহাসিক ঘ্টনাৰ পৰা ইয়াৰ সৃষ্টি হোৱাৰ কথা ভাবিব পাৰি৷
A series of images, sounds, or feelings occurring during sleep, often accompanied by rapid eye movement; dreams.
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।