1
Material Noun
বস্তুবাচক বিশেষ্য
একতাৰা
শুকান জাতি লাও আৰু বাঁহৰ কামিৰে তৈয়াৰী এডাল তাঁৰ থকা একপ্ৰকাৰৰ অসমীয়া পৰম্পৰাগত লোকবাদ্য।
শুকান জাতি লাওৰ খোলাৰে ইয়াৰ গুৰিভাগ সাজি, বাঁহৰ কামি আৰু এডাল বিশেষ তাঁৰ অৰ্থাৎ সূতাৰে সংযোগ কৰি তৈয়াৰ কৰা এবিধ পৰম্পৰাগত একতাৰা বা টোকাৰী জাতীয় লোকবাদ্য।

সমাৰ্থক শব্দঃ
Ektara.
A traditional Assamese single-stringed musical instrument made from a dried gourd soundbox and split bamboo frame.

উদাহৰণ (Example Sentense):
"বৈৰাগীজনে লাওটোকাৰীৰ সুৰত লোকগীত গীত গাই গাঁৱে গাঁৱে ঘূৰি ফুৰিছে।"
Related Words
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।