1
Abstract Noun গুণবাচক বিশেষ্য
সূৰ্য উদয় হোৱাৰ প্ৰথম সময়ছােৱা । ৰাতিপুৱাৰ একেবাৰে প্ৰথম বা আগতীয়া ভাগ, য’ত আন্ধাৰ ফালি পোহৰৰ প্ৰথম ৰেঙণি দেখা দিয়ে (পূৱা বা প্ৰাতঃকাল)।
দিনটোৰ প্ৰথম বা আগতীয়া অংশ।
The very first appearance of light in the sky; the transition period from darkness to dawn.
Early morning. The first or early part of the day.
Opposite Word: সন্ধিয়া, গধূলি, নিশা, সূৰ্যাস্ত
উদাহৰণ (Example Sentense):

"প্ৰভাতৰ লগে লগেই বাঁহনি ডৰাৰ চৰাইবোৰে কিচমিচাবলৈ আৰম্ভ কৰে।"

2
নতুন আশা বা জ্ঞানৰ জাগৰণ (আধ্যাত্মিক বা ভাৱগত অৰ্থত)
A metaphorical term used for spiritual or intellectual awakening.

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।