1
Verb-Intran. অকৰ্মক ধাতু
কৰিবলৈ সমৰ্থ হ
To be able to; have the ability, power, or skill to do something.
2
Verb-Trans. সকৰ্মক ধাতু
গছৰপৰা ফল, ডাল বা পাত টানি আঁতৰাই দে

সমাৰ্থক শব্দঃ

to pull off fruit, brance or leave from a tree

Synonyms:

3
Common Noun জাতিবাচক বিশেষ্য
শকত-আৱত দেহ, চুটি ঠেং আৰু মিহি পাখি থকা এবিধ বহুলভাৱে উপলব্ধ চৰাই। ইহঁত দেখাত কপৌ চৰাইৰ দৰে, কিন্তু সাধাৰণতে ঘৰচীয়া।
any of a widely distributed family (Columbidae, order Columbiformes) of birds with a stout body, rather short legs, and smooth and compact plumage; especially : a member of any of numerous varieties of the rock dove that exist in domestication and in the feral state in cities and towns throughout most of the world
4
Abstract Noun গুণবাচক বিশেষ্য
নদীৰ পাৰ । সাগৰ, হ্ৰদ, নদী আদিৰ পানীৰ পৰিসীমাৰ দাঁতিত স্থলভাগ, যি সাধাৰণতে বালি, শিল বা পলসেৰে ভৰি থাকে।
The zone above the water line at end the edge of a water body like sea, lake, river etc, marked by an accumulation of sand, stone, or gravel that has been deposited by the tide or waves.
উদাহৰণ (Example Sentense):

"The couple is sitting on the grassy river bank."

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।