1
Verb ক্ৰিয়া
কোনো জৈৱিক বস্তু পচন ক্ৰিয়াৰ বাবে নষ্ট হৈ যোৱা কাৰ্য।

সমাৰ্থক শব্দঃ

To undergo decomposition;

Synonyms:

2
Adjective বিশেষণ
গেলা বা নষ্ট হৈ যোৱা বস্তু; যাৰ স্বাভাৱিক গুণ বা সোৱাদ নষ্ট হৈ দুৰ্গন্ধ ওলাইছে ।
to spoil or decay; damaged due to fermentation. emitting a foul smell due to rotting.
3
Verb ক্ৰিয়া
গজালি ওলাবৰ কাৰণে গুটি বা বীজ কোনো এক বিশেষ ঠাইত (মাটি বা পানীত) তিয়াই বা পুতি থোৱা কাৰ্য ।
To germinate, to soak/sow seeds for sprouting, to prepare seedlings; Sow seeds for sprouting.

Synonyms:

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।