1
Common Noun
জাতিবাচক বিশেষ্য
এবিধ চিৰসেউজ সৰু জোপোহা উদ্ভিদ। ইয়াৰ পাতবোৰ মিহি আৰু ফুলবোৰ সাধাৰণতে বগা, গুলপীয়া বা পাতল বেঙুনীয়া ৰঙৰ হয়।
নয়নতৰা ফুল
নয়নতৰা ফুল
A small evergreen shrub or creeping plant with glossy leaves and five-petaled flowers, typically colored light blue, purple, white, or pink.
Madagascar periwinkle, vinca, myrtle.
Madagascar periwinkle, vinca, myrtle.
Synonyms:
Scientific Name:
Catharanthus roseus (Vinca)
উদাহৰণ (Example Sentense):
"বাগিচাত গুলপীয়া ৰঙৰ নয়নতৰা ফুল ফুলি আছে।"
2
Common Noun
জাতিবাচক বিশেষ্য
কাৰোবাৰ অতি মৰমৰ বা কোনোবাই অতি ভাল পোৱা কোনো লোক বা বস্তু৷
someone or something very dear and is loved more than anyone.
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।