1
Verb-Trans.
সকৰ্মক ধাতু
একান্ত মনে চিন্তা কৰ, গভীৰভাৱে ধ্যানমগ্ন হ, বিভোৰ হৈ থাক।
একাগ্ৰচিত্তে কোনো কাম বা চিন্তাৰ মাজত বিভোৰ হৈ থকা।

সমাৰ্থক শব্দঃ
Engage in deep contemplation.
To meditate, contemplate deeply, focus one's mind, or pray intently.
To remain absorbed in thought or prayer, often to the exclusion of external distractions.

উদাহৰণ (Example Sentense):
"ঋষিজনে গছৰ তলত বহি একান্ত মনে ঈশ্বৰক ধিয়াই আছিল।"
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।