1
Abstract Noun গুণবাচক বিশেষ্য
ভাৰতীয় শাস্ত্ৰীয় সংগীতত মধ্যলয়ৰ পাছত (অতি)খৰ গতিত পৰিৱেশন গায়ন বা বাদন৷বিলম্বিত লয়ৰ গতিৰ মান এক বুলি দৰিলে দ্ৰুত লয়ৰ গতিৰ মান দুই, তিনি বা চাৰি গুণ হ’ব পাৰে৷

সমাৰ্থক শব্দঃ

fast tempo or octave or laya, performed after the madhya laya in Indian classical music, vocal or instrumental. The drut laya also marks the climax of the performance.

Synonyms:

2
Proper Adj. প্ৰকৃত বিশেষণ
কম সময়তে বা মুহূৰ্ত্ততে কৰা; অতি বেগাই কৰা, চলা।
sth done or carried out in short time or immediately; acting, moving in high speed.

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।