1
Proper Noun সংজ্ঞাবাচক বিশেষ্য
অসমীয়া আধুনিক সংগীত, চলচ্চিত্ৰ আৰু লোকসংস্কৃতিৰ এক যুগশ্ৰেষ্ঠ কাণ্ডাৰী, সংগীতজ্ঞ, সুৰকাৰ, অভিনেতা আৰু সমাজকৰ্মী যিয়ে আধুনিক অসমীয়া সংগীতক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে তেখেতৰ গীত আৰু কৰ্মৰ যোগেদি উত্তৰ-পূব ভাৰতৰ অন্যতম প্ৰভাৱশালী সাংস্কৃতিক ব্যক্তি হিচাপে থিয় দিছিল। অসমীয়া, হিন্দী, বাংলা, আৰু কেইবাটাও থলুৱা ভাষাৰ বহুমুখী কণ্ঠৰ বাবে পৰিচিত তেওঁ "য়া আলী" (গেংষ্টাৰ) হিট গীতটোৰ জৰিয়তে সৰ্বভাৰতীয় খ্যাতি অৰ্জন কৰিছিল। ঢোল, দোতাৰা, গিটাৰ, মেণ্ডোলিন, হাৰমোনিকাকে ধৰি ১২ বিধ বাদ্যযন্ত্ৰ বজোৱাত সুনিপুণ এইগৰাকী শিল্পীয়ে ৩৩ বছৰীয়া বৰ্ণিল কৰ্মজীৱনত ৪০টা ভাষা-উপভাষাত ৪০,০০০ ৰো অধিক গীত ৰেকৰ্ডিং কৰিছিল। সংগীতৰ বিশাল কৃতিত্বৰ বাহিৰেও তেওঁ বিভিন্ন সামাজিক বিষয়ৰ সমূহৰ সৈতেও প্ৰত্যক্ষ ভাৱে জড়িত আছিল আৰু সঘনাই নিজৰ মঞ্চ ব্যৱহাৰ কৰি অন্যায়ৰ বিৰুদ্ধে কথা কৈছিল, যুৱ প্ৰতিবাদৰ প্ৰতীক হিচাপে কাম কৰিছিল, একে সময়তে তেওঁৰ দাতব্য সংস্থা কালাগুৰু আৰ্ট এণ্ড কালচাৰেল ফাউণ্ডেশ্যনৰ জৰিয়তে চিকিৎসা আৰু শৈক্ষিক ক্ষেত্ৰত ৰাইজক নিস্বাৰ্থ সহায় কৰিছিল । এইগৰাকী মহান শিল্পীৰ ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত এক দুৰ্ঘটনাবশতঃ সলিল সমাধি ঘটে।
An iconic Assamese singer, composer, multi-instrumentalist, and actor who redefined modern Assamese pop and playback music and also stood as one of the most influential cultural figures of Northeast India. Known for his versatile voice across Assamese, Hindi, Bengali, and several indigenous languages, he gained pan-India fame with the hit song "Ya Ali" (Gangster). Skillfully mastering 12 instruments including the dhol, dotara, guitar, mandolin, and harmonica, he famously recorded more than 40,000 songs across 40 different languages and dialects over a revolutionary 33-year career. Beyond his vast musical achievements, he was heavily involved in social issues and frequently used his platform to speak against injustice, serving as a fierce symbol of youth protest, while supporting medical and educational needs through his charity, the Kalaguru Art & Cultural Foundation. He tragically passed away on September 19, 2025, due to an accidental drowning incident in Singapore.

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।