1
Proper Adj. প্ৰকৃত বিশেষণ
ক্ৰমান্বয়ে এটা মূৰৰ ফালে পাতল, সংকীৰ্ণ বা ক্ষীণ হৈ পৰা বা মাজৰ অংশ সংকীৰ্ণ হৈ পৰা কোনো বস্তু, পথ, নদী বা প্ৰাণীৰ শৰীৰৰ অংশৰ আকাৰৰ বৰ্ণনা

সমাৰ্থক শব্দঃ

A description of the size of the body part of an object, road, river, or animal that gradually becomes thinner, narrower, or tapered towards one end, or narrower in the middle

Synonyms:

Opposite Word: বহল
উদাহৰণ (Example Sentense):

"বাঁহনি ডৰাৰ ওচৰত আলিবাতটো ক্ৰমান্বয়ে চিঞা হৈ পৰিল।"

2
Proper Adj. প্ৰকৃত বিশেষণ
শৰীৰত বেছি মঙহ বা চৰ্বি নথকা অৱস্থা; শকত নোহোৱা বা খীণ-মিন গঠন।

সমাৰ্থক শব্দঃ

Having little or no excess fat; slender or thin. It describes a person or an animal that lacks plumpness or fat.

Synonyms:

Opposite Word: শকত
3
প্ৰকত বিশেষণ
গছৰ ফলমূল বা পাত আদিৰ ক্ষেত্ৰত, যিবোৰ পুষ্টিহীনতা বা খৰাং বতৰৰ বাবে পূৰঠ নহৈ খীণ হৈ পৰে।

সমাৰ্থক শব্দঃ

In the case of fruits or leaves of trees, which become immature due to malnutrition or drought.

Share This Word:

Additional Data:

Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.

এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।

এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।