1
Common Noun
জাতিবাচক বিশেষ্য
এইবিধ লতাজাতীয় গছৰ প্ৰায় সকলোবোৰ অংশই ভেষজ ঔষধ হিচাবে ব্যৱহাৰ কৰা হয় | ভাৰতবৰ্ষৰ গ্ৰীষ্মপ্ৰধান সকলো অঞ্চলতে বিস্তৃত হৈ আছে | হিমাচল প্ৰদেশত বহলভিত্তিত গুলঞ্চৰ খেতিও কৰা হয়| গুলঞ্চ সাগৰৰ পৰা প্ৰায় ১২০০ মি. উচ্চতালৈকে পোৱা যায় | বৰ্তমানে ইয়াৰ ঔষধি গুণৰ প্ৰতি লক্ষ্য ৰাখি বানিজ্যিক ভিত্তিত খেতিও কৰা দেখা যায় |
A climbing creeper used in medicine. The climber is found throughout the tropical regions of India. In Himachal Pradesh, it is frequented as a robust climber in Una, Paonta, Hamirpur, Kangra, Mandi and Chamba regions, upto 1200 m elevation above mean sea level. By seeing it's popularity in different kinds of aurvedic medicine, now a days Guduchi is cultivated commercially also.
2
Common Noun
জাতিবাচক বিশেষ্য
There is a lore which says that the name Frangipani derives from a perfume created by an Italian family of the same name. Frangipani, also known as the Plumeria, is native to warm tropical areas of the Pacific Islands, Caribbean, South America and Mexico. Leaves tend to fall in early winter since they are deciduous and sensitive to cold. From mid spring through fall the white flowers with yellow centers adorn the plant at the tips of branches. Individual flowers are 2 ½ inches (~10 cm) across and are very showy and fragrant. "Plumeria" species are easily propagated by taking a cutting of leafless stem tips in Spring and allowing them to dry at the base before inserting them into soil.
Disclaimer: This data is community-driven and provided "AS IS." Some definitions or parts of speech may be inaccurate or outdated. We are continuously working to improve and verify the content using modern tools.
এই তথ্যসমূহৰ বেছিভাগেই বিভিন্নজন ব্যৱহাৰকাৰীয়ে আগবঢ়োৱা সমলৰ পৰা (community-driven) সংগ্ৰহ কৰা হৈছে আৰু ইয়াক "যেনে আছে তেনেকৈয়ে" আগবঢ়োৱা হৈছে । কিছুমান শব্দৰ অৰ্থ বা পদ (parts of speech) আদি অশুদ্ধ বা পুৰণি ৰূপত প্ৰকাশ পাব পাৰে। এই তথ্যসমূহৰ সংশোধন আৰু সত্যাপনৰ বাবে আমি ধাৰাবাহিকভাৱে কাম কৰি আছোঁ।
এই অনলাইন অভিধান খনৰ বিষয়ে আপোনাৰ যিকোনো দিহা-পৰামৰ্শ থাকিলে আমাক এই Contact Form খনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰে ।